Ads Area

Budget 2024 Make-in India and Aatmanirbhar Bharat


দেশৰ কৌটি কৌটি জনতালৈ বাজেটত আহিল ভাল খবৰ
 

।।দেশৰ জনতালৈ বাজেটত বৃহৎ ঘোষণা।।

অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে

  • জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ
  • প্ৰতিমাহে ৩০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ লাভ জনতাই
  • ২ কৌটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ
  • ৫ বছৰৰ ভিতৰত ২ কৌটি ঘৰ দিব চৰকাৰে
  • দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ঘৰ বনাই দিব চৰকাৰে
  • 'লাৰ পেনেল ব্যৱহাৰ কৰা ১ কৌটি পৰিয়াললৈ এই ঘোষণা বিশেষ ঘোষণা
  • ৭ লাখ টকাকৈ আয়কৰ ৰেহাইৰ ঘোষণা বাজেটত

  • ৩ কৌটি মহিলাক লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা
  • তিনিটা কিস্তিত লাভ কৰিব ৭৫ হাজাৰ চৰকাৰী ধন
  • সৎ কামত ব্যৱহাৰ কৰি ল'ব পাৰিব ঋণ
  • PM ধনজন একাউণ্টৰ বাবে ৪ হাজাৰ কৌটি টকা ধাৰ্য্য
  • ৪ কৌটি কৃষকে লাভ কৰিব PM ফচল যোজনাৰ সুবিধা
  • প্ৰতিখন ৰাজ্যক ৭৫ হাজাৰ কোটি ঋণ দিব কেন্দ্ৰই

  • দেশৰ ৩ হাজাৰ নতুন ITI, ৭ খন IIT স্থাপন
  • নতুনকৈ ৭ খন IIM স্থাপনৰ লক্ষ্য
  • দেশত স্থাপন হ'ব নতুন মেডিকেল কলেজ
  • চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধত বিশেষ গুৰুত্ব আৰোপ
  • ৯-১৪ বছৰীয়া কিশোৰীক কৰা হব টীকাকৰণ
  • মধ্যবিত্তইও পাব PM আৱাস যোজনাৰ ধন
  • আশাকৰ্মী আহিব আয়ুস্মান যোজনাৰ অধীনলৈ
  • PM আবাসৰ ৭০ শতাংশ ঘৰ লাভ কৰিব মহিলাই
  • ২০৪৭ ৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ সংকল্প
  • দেশৰ কোটি জনতালৈ বাজেটত আহিল ভাল খবৰ... 

Post a Comment

0 Comments