Ads Area

Mukhyamantrir Atmanirbharshil Asom Abhiyan 2023- Submit Online Application

MUKHYAMANTRIR ATMANIRBHARSHIL ASOM ABHIYAN 2023- Submit Online Application
মুখ্যমন্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, উদ্যমীতাৰ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণ

Name of Organization:- Govt of Assam
Type of scheme:- Financial Assistance
No of targeted beneficiary:- 2 lakhs
হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহছ
  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব।
  • ২০২৩ চনৰ ১ এপ্ৰিলৰ হিচাপত ২৮ বছৰৰ ওপৰত আৰু ৪০ বছৰৰ তলৰ হব লাগিব (SC,STৰ যুৱক-যুৱতীৰ বয়স হব লাগিব ২৮ বছৰৰ পৰা ৪৩ বছৰ)
  • সকলো আবেদকাৰীৰ বেংক একাউণ্ট থাকিব লাগে, যিটো ২০২২ চনৰ ৩১  ডিচেম্বৰৰ আগতে খোলা হব লাগিব।
  • পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব।
  • কাৰিকৰী প্ৰশিক্ষণ লোৱা নিৱনৱাক অগ্ৰাধিকাৰ দিয়া হব।
  • প্ৰথম বছৰত ১ লাখ হিতাধিকাৰীয়ে পাব এই ধনৰাশি।
  • দ্বিতীয় বছৰত ১ লাখ নিবনুৱাক সামৰি লোৱা হব।
  • প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ যোগ্য হব।
  • চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হব নোবাৰিব।
  • ১ এপ্ৰিল, ২০২৩ ৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange)ত পঞ্জীয়ন কৰিব লাগিব।
হিতধিকৰীসকলৰ শিক্ষাগত অৰ্হতাছ:- দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব (HSLC)

প্ৰয়োজনীয় নথিপত্ৰ
  • পৰিচয় প্ৰমাণ (পান/ড্ৰাইভিং লাইচেন্স/পাছপৰ্ট/বেংক পাছবুক/আধাৰ কাৰ্ড/ভোটাৰ আইডি কাৰ্ড )
  • আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ
  • শিক্ষৰ অৰ্হতা
  • নিয়োগ বিনিময় পঞ্জীয়ন (Employment Exchange) কাৰ্ড
  • বেংকৰ পাছবুক/বাতিল কৰা চেক বুক
  • পান কাৰ্ড
MUKHYAMANTRIR ATMANIRBHARSHIL ASOM ABHIYAN 2023- Submit Online Application

Online Application From:- Click here
Official Web-link:- Click here

Post a Comment

0 Comments