Ads Area

অসম আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ / বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰে।


নগাঁওৰ বটদ্ৰৱা থানাত ভয়ংকৰ আক্ৰমণৰ ঘটনা।


বটদ্ৰৱা থানাৰ আৰক্ষীক আক্ৰমণ কৰা লগতে আৰক্ষী থানাত অগ্নি সংযোগ কৰে। 

 

অগ্নি সংযোগ কৰাৰ ফলত বহুতো মূল্যৱান নথিপত্ৰ লগতে বহুতো অস্ত্ৰ শস্ত্ৰ জ্বলাই দিয়ে আক্ৰমণকাৰী এই। 

 

এই ভয়ংকৰ আক্ৰমণৰ ফলত কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। 

 

নগাঁওৰ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত, আৰক্ষীৰ জালত পৰিছে মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনোৱাৰ হুছেইন।


এই ঘটনাকলৈ আৰক্ষীয়ে ভিডিঅ ফুটেজৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে অভিযান চলাই পুৰুষ মহিলাকে ১৬ জনক আটক কৰে। 

 


Post a Comment

0 Comments