Ads Area

Famous empires and rulers of ancient India, প্ৰাচীন ভাৰতৰ বিখ্যাত সাম্ৰাজ্য আৰু শাসকসকল

মৌৰ্য সাম্ৰাজ্য-

১। চন্দ্ৰগুপ্ত ২। বিন্গুসাৰ ৩। অশোক ৪। দশৰথ ৫। সম্প্ৰতি ৬। শালিশুক ৭। দেৱবৰ্মন ৮। শতধনৱান ৯। বৃহদ্ৰথ ১০। পুষ্যমিত্ৰ শুংগ  

 

গুপ্ত সাম্ৰাজ্য-

১। শ্ৰীগুপ্ত ২। ঘটোৎকচ ৩। প্ৰথম চন্দ্ৰগুপ্ত ৪। সমুদ্ৰ গুপ্ত ৫। ৰাম গুপ্ত ৬। দ্বিতীয় চন্দ্ৰ গুপ্ত ৭। প্ৰথম কুমাৰ গুপ্ত ৮। স্কন্দ গুপ্ত ৯। পুৰ গুপ্ত ১০। দ্বিতীয় কুমাৰ গুপ্ত ১১। বুদ্ধ গুপ্ত ১২। নৰসিংহ গুপ্ত ১৩। তৃতীয় কুমাৰ গুপ্ত ১৪। বিষ্ণু গুপ্ত ১৫। ভানু গুপ্ত  

 

নন্দ সাম্ৰাজ্য-

১। মহাপদ্ম নন্দ ২। পান্দুকা ৩। পান্দুগতি ৪। ভুটী পালা ৫। ৰাষ্ট্ৰপালা ৬। গোবিশানকা ৭। দশাশিদ্ধকা ৮। কৈবৰ্ত ৯। ধননন্দ

 

পাল সাম্ৰাজ্য-

১। প্ৰথম গোপাল ২। ধৰ্ম পাল ৩। দেৱপাল ৪। মহেন্দ্ৰ পাল ৫। প্ৰথম শূৰপাল ৬। প্ৰথম বিগ্ৰহপাল ৭। নাৰায়ণ পাল ৮। ৰাজ্যপাল ৯। দ্বিতীয় গোপাল ১০। দ্বিতীয় বিগ্ৰহপাল ১১। প্ৰথম মহীপাল ১২। নয়পাল ১৩। তৃতীয় বিগ্ৰহপাল ১৪। দ্বিতীয় মহীপাল ১৫। দ্বিতীয় শূৰপাল ১৬। ৰামপাল ১৭। কুমাৰ পাল ১৮। তৃতীয় গোপাল ১৯। মদন পাল ২০। গোবিন্দ পাল

 

ৰাষ্ট্ৰকূট সাম্ৰাজ্য-

১। দণ্ডি দূৰ্গ ২। প্ৰথম কৃষ্ণ ৩। দ্বিতীয় গোবিন্দ ৪। ধ্ৰুৱ ৫। তৃতীয় গোবিন্দ ৬। প্ৰথম অমোঘবৰ্ষ ৭। দ্বিতীয় কৃষ্ণ ৮। দ্বিতীয় অমোঘবৰ্ষ ১০। চতুৰ্থ গোবিন্দ ১১। তৃতীয় অমোঘবৰ্ষ ১২। তৃতীয় কৃষ্ণ ১৩। কোট্ৰিগ অমোঘবৰ্ষ ১৪। দ্বিতীয় কৰ্ক ১৫। চতুৰ্থ ইন্দ্ৰ ১৬। দ্বিতীয় তৈলপ

 

হৈছল সাম্ৰাজ্য-

১। দ্বিতীয়নৃপ কাম ২। হৈছল বিনয়াদিত্য ৩। এৰিয়াঙ্গা ৪। প্ৰথম বীৰ কল্লাল ৫। বিষ্ণু বৰ্ধন ৬। প্ৰথম নৰসিংহ ৭। দ্বিতীয় বীৰ বল্লাল ৮। দ্বিতীয় বীৰ নৃসিংহ ৯। বীৰ সোমেশ্বেৰ ১০। তৃতীয় নৃসিংহ ১১। তৃতীয় বীৰ বল্লাল ১২। হৰিহৰ ৰায়

 

মহাজন পদসমূহ-

১। অবন্তী ২। অস্মক ৩। অংগ ৪। কম্বোজ ৫। কাশী ৬। কুৰু ৭। কোশল ৮। গান্ধাৰ ৯। চেদী ১০। বৃজি ১১। বৎস ১২। পাঞ্চাল ১৩। মগধ ১৪। মৎস্য ১৫। মল্ল ১৬। সূৰচেন

 

Post a Comment

0 Comments